আজি বাঘমাৰাস্থিত নৰ্থ কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ‘নৱাগত আদৰণি সভা’ ত অংশগ্ৰহণ কৰি আপ্লুত হৈছোঁ ৷

আজি বাঘমাৰাস্থিত নৰ্থ কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ‘নৱাগত আদৰণি সভা’ ত অংশগ্ৰহণ কৰি আপ্লুত হৈছোঁ ৷

শিক্ষাই হৈছে জীৱনৰ আদিমূল তথা জ্ঞান আহৰণৰ মাধ্যম ৷ এই আপ্তবাক্য শাৰী সাৰোগত কৰি শিক্ষাৰ্থী সকলক অধ্যয়নৰ যোগেদি নিজৰ শৈক্ষিক দক্ষতা বৃদ্ধি কৰিবলৈ আজিৰ সভাৰ জৰিয়তে আহ্বান জনোৱাৰ লগতে শিক্ষাৰ্থী সকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰোঁ ৷

ইয়াৰ লগতে, মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বাৰ্ষিক মুখপত্ৰ ‘এনকেচিয়ান’ ৰ শুভ উদ্বোধন কৰোঁ ৷