১৯০৮ চনতে প্ৰতিষ্ঠা হোৱা পাটাছাৰকুছি আৰক্ষী থানাখনৰ পুনঃনিৰ্মাণ হোৱা নাছিল ৷ আজিৰে পৰা ৰাজ্য চৰকাৰৰ “মৈত্ৰী আঁচনি” ৰ অধীনত প্ৰায় ২ কোটি ৯৬ লাখ টকা ব্যয় সাপেক্ষে থানাখনৰ পুনঃনিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷

আজি মই এই পুনঃনিৰ্মাণৰ কাম আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷ এই শুভাৰম্ভ কাৰ্যসূচীত মোৰ লগতে জিলা উপায়ুক্ত শ্ৰী ভাৰত ভূষণ দেৱচৌধুৰী, আৰক্ষী অধীক্ষক শ্ৰী ধৰ্মেন্দ্ৰ দাসকে প্ৰমুখ্য কৰি বিশিষ্ট সমাজসেৱক তথা গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে ৷

The Patacharkuchi Police Station, which was established in 1908, was never renovated.

Glad to formally launch its reconstruction today under State Govt’s “Maitri Scheme” at a cost of around ₹2.96 cr.