আজি ভাৰতীয় জনতা পাৰ্টি পাঠশালা নগৰ মণ্ডলত অনুষ্ঠিত হোৱা এখনি বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰোঁ ৷

আজি ভাৰতীয় জনতা পাৰ্টি পাঠশালা নগৰ মণ্ডলত অনুষ্ঠিত হোৱা এখনি বিষয়ববীয়া সভাত অংশগ্ৰহণ কৰোঁ ৷ আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে অনুষ্ঠিত হোৱা এই সভাত দলৰ সাংগঠনিক দিশ, নিৰ্বাচনৰ প্ৰস্তুতি আদি সন্দৰ্ভত বিভিন্ন আলোচনা কৰোঁ ৷

লগতে, দলীয় কাৰ্যকৰ্তা সকলৰ সহায়-সহযোগিতা কামনা কৰি সকলোকে আহ্বান জনাওঁ ৷ মই আশা ৰাখিছোঁ, সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাত অনাগত পৌৰসভা নিৰ্বাচনত আমি আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হ’ম ৷

Attended an official meeting at Pathshala Nagar Mandal. Discussed various issues related to the organizational aspects of the party in relation to the upcoming municipal elections.

Urged the Karyakartas to give their best as our united efforts will bring us the desired results.