বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা “অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি-২০২১” শীৰ্ষক সভাখনিত জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাবে অংশগ্ৰহণ কৰোঁ ৷

আজি বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা “অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি-২০২১” শীৰ্ষক সভাখনিত জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাবে অংশগ্ৰহণ কৰোঁ ৷

এই আঁচনিখন সমগ্ৰ দেশৰ ভিতৰতে অসমত প্ৰথম প্ৰচেষ্টা হিচাবে ৰূপায়ণ কৰা হৈছে আৰু মাইক্ৰ’ফাইনেন্স সংস্থাসমূহৰ পৰা ক্ষুদ্ৰ ঋণ লোৱা মহিলাসকলক উদগণি আৰু সকাহ প্ৰদান কৰাই হৈছে আঁচনিখনৰ মূল উদ্দেশ্যে ।

এই আঁচনিৰ জৰিয়তে দুখীয়া মহিলাসকলক ঋণমুক্ত কৰাৰ লগতে তেখেতসকলে ন-উদ্যমেৰে গঠনমূলক কামত নিজকে নিয়োগ কৰিব পাৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷

আজিৰ এই সভাত মোৰ লগতে সতীৰ্থ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানী, প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত ফনীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিত থাকে ৷

As a Guardian Minister, attended the Assam Micro-Finance Incentive & Relief Scheme (AMFIRS) 2021 held in Bongaigaon Dist. Firmly believe that the scheme will help uplift the poor women. Fellow Min. Smt Ajanta Neog, former Min. Phanibhushan Choudhury attended the meeting.