টিহু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখনি বৈঠকত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰোঁ।

আজি টিহু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখনি বৈঠকত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰোঁ।

মহাবিদ্যালয়খনৰ শৈক্ষিক দিশটোৰ উন্নীতকৰণৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত পৰিচালনা সমিতিৰ সৈতে বিশদভাৱে আলোচনা কৰোঁ।

অনাগত দিনত, মহাবিদ্যালয়খনক ৰাজ্যৰ ভিতৰতে এখন আগশাৰীৰ শিক্ষানুষ্ঠান হিচাবে গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ মই প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ।