অসম ভ্ৰমণলৈ অহা হিমাচল প্ৰদেশৰ গ্ৰামোন্নয়ন, পঞ্চায়তী ৰাজ আৰু কৃষি বিভাগৰ লগতে আন কেইবাটাও বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত বিৰেন্দ্ৰৰ কানৱাৰ ডাঙৰীয়াক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী হিচাবে সৌজন্যমূলক সাক্ষাৎ কৰোঁ ৷

এই সাক্ষাৎ কালত দুয়োখন প্ৰদেশৰ নিজ নিজ বিভাগৰ বহু বিষয়ৰ ওপৰত কিছু আলোচনাত মিলিত হওঁ ৷

তেখেতৰ অভিজ্ঞতাপুষ্ট দিহা-পৰামৰ্শই মোক উদ্বুদ্ধ কৰাৰ লগতে অনাগত দিনৰ বাবে অনুপ্ৰাণিত কৰিলে ৷