আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বজালী জিলাৰ কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰোঁ ৷

আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বজালী জিলাৰ কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰোঁ ৷

গ্ৰামাঞ্চলৰ মহিলা আত্মসহায়ক গোটৰ সদস্য সকলক জীৱিকা উত্তৰণৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিবলৈ সদা প্ৰস্তুত হৈ থকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বজালী জিলাৰ এই কাৰ্যালয়টোৱে আগন্তুক দিনত জিলাখনত মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মই নিশ্চিত ৷

A boost to the self-reliance initiatives in Bajali Dist.

Pleased to inaugurate the Office of Assam State Rural Livelihoods Mission in Bajali Dist under Panchayat & Rural Development, Assam . Confident that the new office will aid towards women empowerment by generating livelihood activities.