আজি বজালী জিলালৈ স্বাগতমসূচক প্ৰতীকীৰ শুভ উন্মোচন কৰোঁ ৷

আজি বজালী জিলালৈ স্বাগতমসূচক প্ৰতীকীৰ শুভ উন্মোচন কৰোঁ ৷

ইয়াৰোপৰি, কালদিয়া নদীৰ নৈসৰ্গিক দৃশ্য সম্বলিত এখনি চাইনবৰ্ড স্থাপন কৰা হয় ৷ যিহেতু বজালী এখন নতুন জিলা ৷ সেয়েহে, জিলাখনৰ সৌন্দৰ্য বৰ্দ্ধন কৰি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই পদক্ষেপ হাতত লোৱা হৈছে ৷

আগন্তুক দিনত বজালী জিলাক অনন্য ৰূপত তুলি ধৰিবৰ বাবে বহু পৰিকল্পনা কৰা হৈছে ৷ পৰ্যায়ক্ৰমে সেই সমূহৰ ওপৰত সু-ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

আজিৰ এই কাৰ্যসূচীত মোৰ সৈতে বজালী জিলাৰ উপায়ুক্ত গৰাকী উপস্থিত থাকে ৷

Delighted to unveil the Welcome symbol installed at the entrance to the Bajali Dist. Additionally, a signboard with the scenic views of the Kaldia river is also installed.

We hope our efforts to enhance the Dist will attract tourists & make them aware of our rich heritage.