মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত সমগ্ৰ দেশজুৰি আজিৰে পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থী সকলক ক’ভিড – ১৯ টিকাকৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত সমগ্ৰ দেশজুৰি আজিৰে পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থী সকলক ক’ভিড – ১৯ টিকাকৰণ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

সেই উপলক্ষে আজি শোণিতপুৰ জিলাৰ তেজপুৰৰ পিঠাখোৱাস্থিত চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক’ভিড -১৯ টিকাকৰণ কেন্দ্ৰত উপস্থিত থাকি টিকাকৰণ প্ৰক্ৰিয়াক পৰিচালিত কৰাত সহযোগ কৰোঁ ৷

লগতে, বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰি ক’ভিড -১৯ ৰ সন্দৰ্ভত কিছু সজাগতা আৰু সচেতনতাৰ আলোকপাত কৰোঁ ৷ আজিৰ এই কাৰ্যসূচীত তেজপুৰ সমষ্টিৰ বিধায়ক শ্ৰী পৃথ্বীৰাজ ৰাভা, বৰছলা সমষ্টিৰ বিধায়ক শ্ৰী গণেশ লিম্বু আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত গৰাকী উপস্থিত থাকে ৷

Grateful to Hon’ble PM Shri Narendra Modi Dangoria for a new phase of Covid-19 vaccination to children aged 15-18 years.

Attended & helped in the immunization process at CNS HS School at Pithakhowa in Tezpur. We raised awareness about Covid-19 by interacting with the students.