আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ এখনি দলীয় সভা সম্বোধন কৰোঁ ৷

আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে আজি ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ এখনি দলীয় সভা সম্বোধন কৰোঁ ৷

দলৰ শক্তি বৃদ্ধি কৰাৰ পৰা নিৰ্বাচনত জয়ী কৰালৈকে এই সকলোবোৰৰ মূলতেই হৈছে দলৰ কাৰ্যকৰ্তা সকলৰ কঠোৰ পৰিশ্ৰম তথা নিৰৱচ্ছিন্ন সেৱাৰ মনোভাৱ ৷ আজি বৰপেটাৰোডত দলীয় সভা সম্বোধন কৰি কাৰ্যকৰ্তা সকলক তেওঁলোকৰ একাগ্ৰতা আৰু সেৱাৰ মনোভাৱক ধন্যবাদ জনোৱাৰ লগতে আগন্তুক পৌৰসভাৰ নিৰ্বাচনলৈ শক্তিশালী ৰূপত সাজু হৈ পূৰ্বৰ দৰেই সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাওঁ ৷

মোৰ দৃঢ়বিশ্বাস, কাৰ্যকৰ্তা সকলৰ অক্লান্ত সহযোগিতা আৰু ৰাইজৰ অকুণ্ঠ স্নেহৰ বলত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সুনিশ্চিত ৷