পাটাছাৰকুছি, টিহু আদি অঞ্চলৰ ৰাইজক লগত লৈ বিভিন্ন ধৰণৰ ৱাৰ্ড উন্নয়ন সমিতি গঠন কৰা হৈ আহিছে ৷

এইকেইদিন পাঠশালা, পাটাছাৰকুছি, টিহু আদি অঞ্চলৰ ৰাইজক লগত লৈ বিভিন্ন ধৰণৰ ৱাৰ্ড উন্নয়ন সমিতি গঠন কৰা হৈ আহিছে ৷ তাৰে অংশ হিচাবে আজি পাঠশালাৰ ৪ নং ৱাৰ্ডৰ উন্নয়ন সমিতিত উপস্থিত থকাৰ মুহূৰ্তত ৷