ভাৰতীয় জনতা পাৰ্টি বৰপেটাৰোড মণ্ডলৰ সভাপতি শ্ৰী ৰাজেশ চৰকাৰে যোৱা কালি মোক সৰভোগ সমষ্টিৰ ১৬০ নং বুথৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত আজি ১৬০ নং বুথৰ বিশিষ্ট শিক্ষাবিদ, বি.এইচ. মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত সৃজন নাথ ডাঙৰীয়াৰ স্বাস্থ্যৰ বুজ লওঁ ৷

বুথৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে আজিৰ পৰা মই নিজৰ বুথত কাম আৰম্ভ কৰোঁ ৷ চৰকাৰৰ যাৱতীয় কাম-কাজ কৰাৰ উপৰিও নিজৰ বুথটো আজিৰ পৰা মই চম্ভালি লৈছোঁ ৷





