আজি ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ অন্তৰ্গত এখনি দলীয় সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰোঁ ৷
আজি ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ অন্তৰ্গত এখনি দলীয় সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰোঁ ৷

আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে অনুষ্ঠিত হোৱা এই সভাত ৰাইজৰ উদ্যমে মোক অতিকৈ আপ্লুত কৰিলে ৷ আজিৰ সভাত ৰাইজৰ স্নেহভৰা সমৰ্থনে আগন্তুক পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সু-নিশ্চিত বিজয়ৰ উমান দিলে ৷

সভা সম্বোধন কৰি দলৰ কাৰ্যকৰ্তা সকলকো অধিক একাগ্ৰতা আৰু উদ্যমেৰে দলৰ সেৱা নিৰন্তৰ ভাৱে আগবঢ়াই যাবলৈ সভাৰ জৰিয়তে আহ্বান জনাওঁ ৷