সৰভোগৰ বিভিন্ন অঞ্চলৰ সদ্যপ্ৰয়াত কেইবাগৰাকীও ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আজি সৰভোগ সমষ্টিত দলীয় নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰা পিছতেই সৰভোগৰ বিভিন্ন অঞ্চলৰ সদ্যপ্ৰয়াত কেইবাগৰাকীও ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ।

মৃতকৰ পৰিয়ালবৰ্গক এই শোকাকুল সময়ত এষাৰ মাত লগাই তেওঁলোকক কিঞ্চিৎ সকাহ দিয়াৰ চেষ্টা কৰোঁ।

শেষত, আটাইকেইগৰাকী প্ৰয়াত ব্যক্তিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

।।ঔঁম শান্তি।।

Reached the residences of several people from Sarbhog who recently left for their heavenly abode.

Offered my condolences to the bereaved families & tried to provide some strength in this difficult times. I pray that the departed souls find peace.

Om Shanti!