আজি ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলা কাৰ্যালয়ত কাৰ্যকৰ্তা সকলৰ উপস্থিতিত এখনি দলীয় সভা সম্বোধন কৰোঁ ৷

উক্ত সভাত ৰাষ্ট্ৰ নিৰ্মাণৰ হেতু কাৰ্যকৰ্তা সকলে অনুদান আগবঢ়োৱা দলৰ “ভৱিষ্যৎ নিধি” ৰ সন্দৰ্ভত কিছু আলোচনা কৰোঁ ৷

এই সভাত মোৰ লগতে বজালী জিলাৰ সভাপতি শ্ৰী নগেন চৌধুৰীৰ লগতে জিলা আৰু মণ্ডলৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷





