মাখিবাহা পঞ্চায়তৰ সভাপতিকে আদি কৰি সমূহ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে এখনি বৈঠকত মিলিত হৈ পঞ্চায়ত সমূহৰ বিভিন্ন দিশৰ সন্দৰ্ভত কিছু আলোচনা কৰোঁ ৷

আজি নলবাৰী আৱৰ্ত ভৱনত নলবাৰী জিলাৰ অন্তৰ্গত মাখিবাহা পঞ্চায়তৰ সভাপতিকে আদি কৰি সমূহ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে এখনি বৈঠকত মিলিত হৈ পঞ্চায়ত সমূহৰ বিভিন্ন দিশৰ সন্দৰ্ভত কিছু আলোচনা কৰোঁ ৷

উক্ত আলোচনাত টিহু বৰমা খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টি টিহু মণ্ডলৰ সভাপতি শ্ৰী জ্যোতিষ শৰ্মা উপস্থিত থাকে ৷

বৈঠকৰ শেষত আমি সকলোৱে একেলগে এসাঁজ আহাৰ গ্ৰহণ কৰি অতিকৈ আপ্লুত হওঁ ৷