ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে অসমত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হৈছে

ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে অসমত উন্নয়নৰ গতি অধিক ত্বৰান্বিত হৈছে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত পিএমজিএছৱাই ৰ অধীনত প্ৰথম আৰু দ্বিতীয় সংস্কৰণত সৰ্বভাৰতীয় পৰ্যায়ত অসমে শতকৰা হিচাবত অধিক উন্নয়ন লাভ কৰিবলৈ সক্ষম হৈছে ৷ য’ত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম সংস্কৰণত ৯৭% হোৱাৰ বিপৰীতে অসমত ৯৯% সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় সংস্কৰণত সৰ্বভাৰতীয় পৰ্যায়ত ৯৩% হোৱাৰ বিপৰীতে অসমত ৯৯% শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ আগন্তুক দিনত পিএমজিএছএৱাইৰ তৃতীয় সংস্কৰণৰ কাম সঠিক ৰূপত সম্পন্ন হ’ব বুলি মোৰ দৃঢ়বিশ্বাস ৷ বিভিন্ন দিহা-পৰামৰ্শৰে উন্নয়নৰ গতি তীব্ৰতৰ কৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে কামসমূহ ৰূপায়ণ কৰা লোক নিৰ্মাণ বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰীলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷

May be an image of 1 person and text that says "PRADHAN MANTRI GRAMSADAK SADAK YOJANA A trajectory to be proud of! Comparison with National Figures(in %) Completion sanctodrde of sanctionedroad length under PMGSY-I Completion of sanctioned length under PMGSY- National 97 93% State 99% 99%"

A trajectory to be proud of!

Under PMGSY, Assam completed 99% of road length in Phase I & 99% in Phase II as compared to the National figures of 97% & 93% in Phase I & II respectively. Grateful to HCM Dr @himantabiswa Dangoria for accelerating development in the State.