জনস্বাস্থ্য কাৰিকৰী বিভাগে অবিৰত ভাৱে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে

“জল জীৱন মিছন” ৰ জৰিয়তে প্ৰদান কৰা পৰিশোধিত খোৱা পানীৰ টেপ সংযোগে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ পৰিয়ালৰ খোৱা পানীৰ অভাৱ দূৰ কৰাৰ লগতে এক সুৰক্ষিত আৰু সুস্বাস্থ্যকৰ জীৱন-যাপন কৰাত সহায় কৰিছে ৷ উল্লেখ্য যে, ২০২৪ চনৰ ভিতৰত পৰ্যায়ক্ৰমে অসমৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ পৰিয়ালক খোৱা পানীৰ ঘৰুৱা টেপ সংযোগ প্ৰদান কৰা হ’ব ৷ ইয়াৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে অবিৰত ভাৱে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

 

জল জীৱন মিছনৰ দৈনিক প্ৰগতিৰ খতিয়ান ⏱

ঘৰুৱা টেপৰ সংযোগ

📅 ২৮/০১/২০২২ তাৰিখে ৬,৯৮৫

📈 বৰ্তমানলৈকে অসমত স্থাপিত মুঠ সংযোগ ১৯,০৫,০৮৩

May be an image of 1 person, body of water and text that says "Har Ghar al Jal Jeevan Mission জল জীবন মিছনব অধীনত ঘবে ঘবে টেপ সংযোগৰ জবিয়তে খোবাপানী যোগান ঘকুবা টেপৰ সংযোগ ২৮/০১/২০২২ তারিখে ৬৯৮৫ বর্তমানলৈকে অসমত স্থাপিত মুঠ সংযোগ ১৯,০৫,০৮৩ ১৯,০৫, ২০২৪ চনলৈকে অসমব মুঠ লক্ষ্য ৬৩,৩৫,০১৫ Source- ejalshakt.govinjimrepor/2IMState.aspx /RaeetrDass www.ranjeetkrdas.in"

𝐉𝐉𝐌 𝐃𝐚𝐢𝐥𝐲 𝐏𝐫𝐨𝐠𝐫𝐞𝐬𝐬 𝐂𝐥𝐨𝐜𝐤 ⏱

𝐇𝐨𝐮𝐬𝐞𝐡𝐨𝐥𝐝 𝐓𝐚𝐩 𝐂𝐨𝐧𝐧𝐞𝐜𝐭𝐢𝐨𝐧

📅 On 28/01/22- 6,985

📈 Total as on 28/01/22- 19,05,083