পাটাছাৰকুছি সমষ্টিত আজি একেদিনাই ১৬ টাকৈ চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাম শুভাৰম্ভ কৰি এক ইতিহাস গঢ়ি তোলাৰ প্ৰয়াস
আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত পাঠশালা আৰু পাটাছাৰকুছি পৌৰসভাৰ অধীনৰ বিভিন্ন স্থানত ১৬ টাকৈ চৰকাৰী আঁচনিৰ কামৰ শুভাৰম্ভ কৰোঁ।

আজি শুভাৰম্ভ কৰা আঁচনিসমূহঃ-
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ১৪.৫০ লাখ টকা ব্যয় সাপেক্ষে পাটাছাৰকুছি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন
বজালী ৰাজহ চক্ৰৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ৪.৮৭ লাখ টকা ব্যয় সাপেক্ষে পাটাছাৰকুছি নগৰৰ বৰপুখুৰীৰ পাৰত উদ্যান নিৰ্মাণৰ আধাৰশিলা স্থাপন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ১২.৬৭ লাখ টকা ব্যয় সাপেক্ষে পাটাছাৰকুছিৰ আই. বি. ৰ সন্মুখত ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ১৪.৫০ লাখ টকা ব্যয় সাপেক্ষে পাটাছাৰকুছি নগৰৰ জাৱৰ-জোথৰ পেলোৱা ঠাইৰ চাৰিসীমাৰ পকী বেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন
PMAY (U) ৰ অন্তৰ্গত হিতাধিকাৰী শ্ৰী গণেশ শৰ্মাৰ আবাস গৃহ শুভ উদ্বোধন

২০২০-২০২১ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ১০.০০ লাখ টকা ব্যয় সাপেক্ষে পাঠশালা পৌৰসভাৰ অন্তৰ্গত অনন্তধামৰ সংৰক্ষণ বেৰৰ আধাৰশিলা স্থাপন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ১.৯৪ লাখ টকা ব্যয় সাপেক্ষে পাটাছাৰকুছি পৌৰসভা কাৰ্যালয়ত গাড়ী আস্থান নিৰ্মাণৰ আধাৰশিলা স্থাপন
২০২০-২০২১ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ৬৮.১১ লাখ টকা ব্যয় সাপেক্ষে পাঠশালা পৌৰসভাৰ অন্তৰ্গত সেউজপুৰ পথৰ (উপ পথ) আধাৰশিলা স্থাপন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ৯.১৬ লাখ টকা ব্যয় সাপেক্ষে পাঠশালা দৈনিক বজাৰৰ খোৱাপানী আঁচনিৰ আধাৰশিলা স্থাপন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ৫১.৮৭ লাখ টকা ব্যয় সাপেক্ষে পাঠশালা পৌৰসভা কাৰ্যালয় চৌহদত পানী যোগান (R.O Plant) আঁচনিৰ আধাৰশিলা স্থাপন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ৯.১৬ লাখ টকা ব্যয় সাপেক্ষে হৰিমন্দিৰ প্ৰাঙ্গণ, পাঠশালা চৌহদত খোৱাপানী আঁচনিৰ আধাৰশিলা স্থাপন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ৯.১৬ লাখ টকা ব্যয় সাপেক্ষে ভগৱতী ক্ষেত্ৰ, পাঠশালা চৌহদত খোৱাপানী আঁচনিৰ আধাৰশিলা স্থাপন

২০২০-২০২১ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ৫.০০ লাখ টকা ব্যয় সাপেক্ষে পাঠশালা পৌৰসভাৰ অন্তৰ্গত উত্তৰ বজালী হাইস্কুললৈ যোৱা পথৰ আধাৰশিলা স্থাপন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ৮৫.৭২ লাখ টকা ব্যয় সাপেক্ষে পাঠশালা পৌৰসভাৰ ৯ নং ৱাৰ্ডত Bio Mining প্ৰযুক্তিৰ দ্বাৰা বিজ্ঞানসন্মত জাৱৰ নিষ্কাষণ আঁচনিৰ আধাৰশিলা স্থাপন
পঞ্চদশ বিত্তীয় আয়োগৰ অধীনস্থ ৯.১৬ লাখ টকা ব্যয় সাপেক্ষে বজালী উপায়ুক্ত কাৰ্যালয় চৌহদত খোৱাপানী আঁচনিৰ আধাৰশিলা স্থাপন





