আজি সৰস্বতী পূজা উপলক্ষে অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় আৰু পাঠশালাস্থিত অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰীৰাম একাডেমিত উপস্থিত হৈ বীণাপানী দেৱীৰ শ্ৰীচৰণত এভাগি সেৱা আগবঢ়াওঁ ৷
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীয়ে সকলোৰে জ্ঞান, বিদ্যা,বুদ্ধিমত্তাৰ বৃদ্ধিৰ নিমিত্তে আশীষ প্ৰদান কৰক যেন তাকে কামনা কৰোঁ ৷





