আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোডস্থিত শংকৰদেৱ শিশু নিকেতনৰ আন্তঃগাঁথনি উন্নয়নৰ শুভ উদ্বোধন কৰোঁ ৷

আজি সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোডস্থিত শংকৰদেৱ শিশু নিকেতনৰ আন্তঃগাঁথনি উন্নয়নৰ শুভ উদ্বোধন কৰোঁ ৷

আজি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত আন্তঃগাঁথনি উন্নয়নৰ শুভাৰম্ভ আৰু সকলোৰে সৈতে মত-বিনিময় কৰি মই অতিকৈ আনন্দিত হৈছোঁ ৷

আগন্তুক দিনত বিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ শৈক্ষিক, সামাজিক আৰু মানসিক বিকাশ ঘটোৱাত অধিক পাৰদৰ্শিতা দেখুৱাব পাৰিব বুলি মই আশা ৰাখিলোঁ ৷