আজি সৰভোগ সমষ্টিৰ গৰখীয়া গোঁসাই থানৰ দ্বাৰা পৰিচালিত অন্যতম শিক্ষানুষ্ঠান বিদ্যামন্দিৰৰ উচ্চতৰ মাধ্যমিকৰ নতুনকৈ নিৰ্মাণ হোৱা শ্ৰেণী কোঠাৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

আজি সৰভোগ সমষ্টিৰ গৰখীয়া গোঁসাই থানৰ দ্বাৰা পৰিচালিত অন্যতম শিক্ষানুষ্ঠান বিদ্যামন্দিৰৰ উচ্চতৰ মাধ্যমিকৰ নতুনকৈ নিৰ্মাণ হোৱা শ্ৰেণী কোঠাৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

উল্লেখ্য যে, গৰখীয়া থানৰ দ্বাৰা পৰিচালিত বিদ্যামন্দিৰে অঞ্চলটোক বিদ্যাৰ পোহৰেৰে আলোকিত কৰি তোলাৰ লগতে মানৱ সম্পদ গঢ়াত অৰিহণা যোগাই আহিছে

আজি শুভাৰম্ভ কৰা এই শ্ৰেণী কোঠা সমূহে বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷