আজি বৰপেটাৰোডত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷
আজি শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে এনেধৰণৰঃ-
বৰপেটাৰ হাউলীস্থিত বি.এইচ. মহাবিদ্যালয়ৰ কম্পিউটাৰ গৱেষণাগাৰৰ শুভ উদ্বোধন

অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত Const. Of R.C.C. drain with Cover Slab and Inter Locking Paver Block Leading from P.W.D. Road to CRPF Camp in W/No. 9 (Whole Sale Vegetable Market) ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত Development of Road by Interlocking Paver Block with R.C.C. Culvert and Divider Leading from Road No. 1 to P.W.D. Road in Ward No. 6 (Infront of BSNL office) ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

পুনঃ নিৰ্মিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ শিশু উদ্যান খনি ৰাইজৰ বাবে মুকলি

বৰপেটাৰোড পৌৰসভাত নতুনকৈ সংযোজন হোৱা দুখন বাহনৰ ফ্লেগ অফ

আজি শুভাৰম্ভ কৰা আটাইকেইটা উন্নয়নমূলক কামে বৰপেটাৰোড বাসীক উপকৃত কৰিব বুলি মোৰ বিশ্বাস ৷
