আজি গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱৰ সভাগৃহত অনুষ্ঠিত হোৱা “সদৌ অসম লিগেল মেট্ৰ’লজি অফিচাৰচ এচ’চিয়েচন” ৰ “২৮ তম্ দ্বি-বাৰ্ষিক সাধাৰণ সন্মিলন” সম্বোধন কৰোঁ ৷

আজি গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱৰ সভাগৃহত অনুষ্ঠিত হোৱা “সদৌ অসম লিগেল মেট্ৰ’লজি অফিচাৰচ এচ’চিয়েচন” ৰ “২৮ তম্ দ্বি-বাৰ্ষিক সাধাৰণ সন্মিলন” সম্বোধন কৰোঁ ৷

আজিৰ এই সন্মিলনত বিভাগৰ বিষয়ববীয়া সকলে দুৰ্নীতি ৰোধৰ বাবে কৰা নিৰলস প্ৰচেষ্টাৰ বাবে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ।

বিষয়ববীয়া সকলে অতি তৎপৰতাৰে প্ৰতিটো সময়ত দুৰ্নীতিকাৰীৰ বিৰুদ্ধে চোকা দৃষ্টি ৰাখি এখন সুস্থ আৰু নিকা সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।

অনাগত দিনলৈও বিভাগৰ দায়িত্ব সমূহ গুৰুত্ব সহকাৰে পালন কৰাৰ লগতে তেওঁলোকক অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে শূণ্য সহনশীল হৈ নিজ কৰ্ম সম্পাদন কৰি যাবলৈ আজিৰ সভাৰ জৰিয়তে মই আহ্বান জনাওঁ ৷