ঐতিহাসিক বামাখাটা সত্ৰত ৬১ বছৰীয়া পালনামৰ আয়োজন কৰা হৈছে ৷ আজি সত্ৰখনিত উপস্থিত হৈ ভক্তিভৰা সেৱা নিবেদন কৰি ৰাইজৰ মঙ্গল কামনা কৰোঁ

ঐতিহাসিক বামাখাটা সত্ৰত ৬১ বছৰীয়া পালনামৰ আয়োজন কৰা হৈছে ৷ আজি সত্ৰখনিত উপস্থিত হৈ ভক্তিভৰা সেৱা নিবেদন কৰি ৰাইজৰ মঙ্গল কামনা কৰোঁ ৷ ইয়াৰ লগতে, পালনাম ভাগিতো অংশগ্ৰহণ কৰোঁ ৷