বৰপেটাৰোড পৌৰসভাৰ ৬নং ৱাৰ্ডৰ সমূহ নাগৰিকলৈ মই ১৬০ নং বুথৰ সভাপতি হিচাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ

বৰপেটাৰোড পৌৰসভাৰ ৬ নং ৱাৰ্ডটো বৰপেটাৰোড নগৰ মণ্ডলৰ ১৬০ নং বুথৰ অন্তৰ্গত ৷ আৰু ১৬০ নং বুথত মই বুথ সভাপতি হিচাবে দায়িত্ব পালন কৰি আছোঁ ৷
গতিকে, ইয়াত মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাবে গিতুমণি দাস দেউৰীক বাছনি কৰি দিছিলোঁ ৷ উল্লেখ্য যে, এই ৱাৰ্ডত অন্য কোনো ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই ৷ সেয়েহে মই ৬ নং ৱাৰ্ডৰ সমূহ ভোটাৰক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷