আজি বজালী জিলাৰ পাকা গোবিন্দ ভৱন গীতা সত্ৰৰ ৫৩ তম্ গীতা জয়ন্তী মহোৎসৱ উপলক্ষে আয়োজিত ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ ৷

আজি বজালী জিলাৰ পাকা গোবিন্দ ভৱন গীতা সত্ৰৰ ৫৩ তম্ গীতা জয়ন্তী মহোৎসৱ উপলক্ষে আয়োজিত ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ ৷

উল্লেখ্য যে, মহাভাৰতৰ বিখ্যাত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গীতা জ্ঞান প্ৰদান কৰিছিল ৷ অৰ্জুনক গীতাৰ জ্ঞান প্ৰদান কৰা প্ৰথম দিনটোকে “গীতা জয়ন্তী” হিচাবে পালন কৰা হয় ৷

আজিৰ এই ধৰ্মালোচনী সভাত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত পবিত্ৰ গীতাৰ বাণী সমূহ আলোকপাত কৰাৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰোঁ ৷