ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰা গুৰুজীৰ নীতি-আদৰ্শই আমাক সদায়েই অনুপ্ৰাণিত কৰিব ৷

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় সৰ-সংঘচালক, বিশিষ্ট বুদ্ধিজীৱী, জাতীয়তাবাদী চিন্তাবিদ, পৰম পূজনীয় মাধৱৰাও সদাশিৱৰাও গোলৱালকাৰ (গুৰুজী) দেৱক আজি পবিত্ৰ জন্ম দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰা গুৰুজীৰ নীতি-আদৰ্শই আমাক সদায়েই অনুপ্ৰাণিত কৰিব ৷

May be an image of 1 person and text that says "JAYANTI GURUJI Madhavrao Sadashivrao Golwalkar RanjeetKrDass www.ranjeetkrdas.in"