আজি বিত্ত বিভাগ, অসম চৰকাৰ আৰু জিলা প্ৰশাসন, নলবাৰীৰ উদ্যোগত তথা টিহু উন্নয়ন খণ্ডৰ সহযোগত মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা ‘অসম মাইক্ৰ’-ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি, ২০২১’ অনুষ্ঠানত অংশগ্ৰহণ কৰি আঁচনিখনৰ হিতাধিকাৰীসকলক চেক বিতৰণ কৰোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপ এই আঁচনি খনে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ নিয়মীয়াকৈ পৰিশোধ কৰি থকা মহিলাসকল যথেষ্ট সকাহ প্ৰদান কৰিব ৷ আজিৰ সভা সম্বোধন কৰি হিতাধিকাৰী মহিলা সকলক আগন্তুক দিনত আন উদ্যোগিক কামত নিজকে নিয়োজিত কৰিবলৈ মই আহ্বান জনাওঁ ৷