আগন্তুক পৌৰসভাৰ নিৰ্বাচনৰ হেতু আজি টিহু পৌৰসভাৰ বিজেপি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰোঁ ৷

আগন্তুক পৌৰসভাৰ নিৰ্বাচনৰ হেতু আজি টিহু পৌৰসভাৰ বিজেপি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰোঁ ৷

টিহু পৌৰসভা এলেকাৰ ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ স্বাৰ্থত পৌৰসভাখনৰ অন্তৰ্গত আটাইকেইটা ৱাৰ্ডতে মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাই আনিবলৈ সভা সম্বোধন কৰি মিত্ৰজোঁটৰ কাৰ্যকৰ্তা সকলক আহ্বান জনাওঁ ৷

আজিৰ এই সভাত মোৰ লগতে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, নলবাৰী জিলা পৰিষদৰ সভাপতি শ্ৰী নিতুল ডেকা আৰু অগপ পাটাছাৰকুছি বিধান পৰিষদৰ সভাপতি শ্ৰী জিন্টু চৌধুৰীকে আদি কৰি কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷