আজি মহাশিৱৰাত্ৰি উপলক্ষে পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন প্ৰান্তত থকা শিৱ মন্দিৰ দৰ্শন কৰি দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়াওঁ ৷

আজি মহাশিৱৰাত্ৰি উপলক্ষে পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন প্ৰান্তত থকা শিৱ মন্দিৰ দৰ্শন কৰি দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা আগবঢ়াওঁ ৷

প্ৰভু ভোলানাথে সকলোৰে কুশল কৰক, কল্যাণ কৰক তাকে প্ৰাৰ্থনা জনাওঁ ৷ আগন্তুক দিনত অসমবাসী ৰাইজৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ ক্ষণত তাকে কামনা কৰিছোঁ ৷