পাঠশালা পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ প্ৰতিঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ

পাঠশালা পৌৰসভাৰ নিৰ্বাচন উপলক্ষে আজি ৬ নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী ভূপেন্দ্ৰ তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷

পাঠশালা পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ প্ৰতিঘৰ ৰাইজক নগৰাঞ্চলৰ বিকাশৰ স্বাৰ্থত মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ভূপেন্দ্ৰ তালুকদাৰক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ বিনম্ৰ আহ্বান জনাওঁ ৷ প্ৰচাৰ কালত ৰাইজৰ মৰম আদৰে আমাক অভিভূত কৰিলে আৰু মিত্ৰজোঁটৰ নিশ্চিত বিজয়ৰ উমান দিলে ৷

We campaigned door-to-door in support of our candidate Shri Bhupendra Talukdar at Ward no. 6 of Pathsala municipality.

Delighted to witness the confidence & eagerness of the voters on our plan for development of their ward.