পাঠশালাত বৰ্তমান মিত্ৰজোঁটৰ জয়গান

পাঠশালাত বৰ্তমান মিত্ৰজোঁটৰ জয়গান

আজি পাঠশালা পৌৰসভাৰ ৭ নং ৱাৰ্ড আৰু ৮ নং ৱাৰ্ডৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী দুগৰাকীৰ সমৰ্থনত নিৰ্বাচনী পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।

নগৰসমূহৰ আন্তঃগাঁথনি উন্নয়ন আমাৰ প্ৰধান লক্ষ্য তথা উদ্দেশ্য। এই মূলমন্ত্ৰক সাৰোগত কৰি আমাৰ প্ৰাৰ্থীসকল আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে।

আজিৰ এই পদযাত্ৰা কাৰ্যসূচীত জনতা জনাৰ্দনৰ মৰম আৰু আদৰে আমাক উৎসাহিত কৰিলে। লগতে, উক্ত ৱাৰ্ড দুটাৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত শ্ৰদ্ধাৰ ৰাইজক বিজেপি আৰু মিত্ৰজোঁটৰ সমৰ্থিত দুয়োগৰাকী প্ৰাৰ্থীক ভোটদান কৰিবলৈ মই আহ্বান জনাইছোঁ ।