লালা নগৰৰ ৰাজপথ আজি বিজেপি ময়

কাৰ্যকৰ্তা সকলৰ লগতে ৰাইজৰ বিপুল সমৰ্থন আৰু উৎসাহৰ মাজত হাইলাকান্দিৰ লালা নগৰত আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লওঁ ৷

ৰাইজৰ এই সাদৰভৰা সমৰ্থনে আমাক অতিকৈ উৎসাহিত কৰাৰ লগতে লালা নগৰত বিজেপি আৰু মিত্ৰজোঁটৰ নিশ্চিত জয়ৰ প্ৰমাণ দিলে ৷





