হাউলীবাসী ৰাইজৰ বিপুল সমৰ্থনৰ মাজত নিৰ্বাচনী প্ৰচাৰ

পাটাছাৰকুছি আৰু পাঠশালাৰ পিছতে আজি হাউলী পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷

হাউলী পৌৰসভাৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকল ইতিমধ্যেই সংকল্পবদ্ধ হৈছে ৷ সেয়েহে, আজিৰ এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত হাউলী পৌৰসভাক অনন্য ৰূপত গঢ় দিয়াৰ লগতে পৌৰসভাখনৰ বিভিন্ন অভাৱ-অভিযোগ সমূহ ক্ষিপ্ৰতাৰে দূৰ কৰাৰ স্বাৰ্থত ৰাইজক আমাৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীৰ পক্ষত ভোটদান কৰিবলৈ বিনম্ৰ আহ্বান জনাওঁ ৷






