বিশাল বাইক ৰেলীৰে পাঠশালা পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ

সমাগত পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাঠশালা পৌৰসভাৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত উলিওৱা বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰোঁ।

ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ মিত্ৰজোঁট দলৰ বাবে প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজে দেখুওৱা মৰম আৰু আস্থাই মোক অভিভূত কৰিছে।

মই নিশ্চিত যে, এইবাৰৰ পৌৰসভা নিৰ্বাচনতো এখন সফল তথা বিকশিত পৌৰসভা গঠনৰ স্বাৰ্থত ৰাইজে আমাক সঁহাৰি জনাই বিপুল ভোটেৰে জয়যুক্ত কৰিব।





