পাটাছাৰকুছি পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ

পাটাছাৰকুছি পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ

অহা ৬ মাৰ্চ, ২০২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পাটাছাৰকুছি পৌৰসভাৰ নিৰ্বাচন উপলক্ষে আজি পৌৰসভা খনৰ ৱাৰ্ডসমূহত নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰোঁ ৷

পাটাছাৰকুছিৰ ৰাইজে জানে যে উন্নয়নৰ অন্য নাম বিজেপি ৷ যেতিয়াৰে পৰা মই পাটাছাৰকুছিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছোঁ তেতিয়াৰে পৰা সমষ্টিৰ উন্নয়নৰ বাবে অবিৰত ভাৱে প্ৰচেষ্টা কৰিছোঁ ৷ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনেও বহু উন্নয়নমূলক কাম তথা বিভিন্ন জনকল্যাণকামী আঁচনি সমষ্টিবাসী ৰাইজক উপহাৰ দিছে ৷

সেয়েহে মোৰ দৃঢ়বিশ্বাস, অহা ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পাটাছাৰকুছি পৌৰসভা নিৰ্বাচনত ৰাইজে বিজেপি মিত্ৰজোঁটক তেখেতসকলৰ বহুমূলীয়া ভোট প্ৰদান কৰিব আৰু পাটাছাৰকুছি পৌৰসভাৰ সৰ্বাংগীন উন্নয়নৰ সমভাগী হ’ব ৷

May be an image of 9 people, people sitting, people standing and outdoors

The BJP Govt. led by Hon’ble CM Dr Himanta Biswa Sarma
Dangoria has constantly made many welfare schemes possible.
May be an image of 9 people, people standing and outdoors

In view of the upcoming municipal elections, addressed a campaign rally in the wards of Patacharkuchi Municipality.