বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে আজি ১৫৭ নং উত্তৰ গণকগাড়ী আদৰ্শ অংগনবাড়ী কেন্দ্ৰটিৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে আজি ১৫৭ নং উত্তৰ গণকগাড়ী আদৰ্শ অংগনবাড়ী কেন্দ্ৰটিৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰোঁ ৷

সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে এই গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

নিৰ্মাণ হ’বলগীয়া এই অংগনবাড়ী কেন্দ্ৰটিয়ে আগন্তুক দিনত অঞ্চলটোৰ কণ কণ শিশু সকলক শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে শাৰীৰিক-মানসিক উৎকৰ্ষ সাধন কৰিব ৷

আজিৰ এই কাৰ্যসূচীত মোৰ সৈতে সৰভোগ সমষ্টি পৰ্যায়ৰ নিৰ্মাণ সমিতিৰ সভাপতি শ্ৰী অৰবিন্দ বৰ্মনৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷