আজি বজালী উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত নিৰ্মীয়মান “চিকৰৈতা-সাৰাংপুৰীয়া কৃষি প্ৰকল্প” পৰিদৰ্শন কৰি তাত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লওঁ ৷

এই কাৰ্যসূচীত মোৰ সৈতে বজালী জিলাৰ উপায়ুক্ত শ্ৰী ভাৰত ভূষণ দেৱ চৌধুৰী উপস্থিত থাকে ৷