আজি পাঠশালাৰ মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (২০২১-২২) ৰ অধীনত “পাৱাৰ টিলাৰ বিতৰণ” কাৰ্যসূচীৰ শুভ উদ্বোধন কৰোঁ ৷

আজি পাঠশালাৰ মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (২০২১-২২) ৰ অধীনত “পাৱাৰ টিলাৰ বিতৰণ” কাৰ্যসূচীৰ শুভ উদ্বোধন কৰোঁ ৷

কৃষি ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ইতিমধ্যেই বহু পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

আজি বিতৰণ কৰা এই পাৱাৰ টিলাৰ সমূহে কৃষক ৰাইজক উৎসাহিত কৰাৰ লগতে কৃষি কাৰ্যত বহু পৰিমাণে সহায় কৰিব ৷