শ্ৰীশ্ৰীমা মনসায়ৈ নমঃ

আজি পাটাছাৰকুছি সমষ্টিৰ টিহুৰ অন্তৰ্গত নতুন লছিমা মনসা মন্দিৰত নতুন লছিমা (বৰবাৰী) গাঁও উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘১২৪ সংখ্যক শ্ৰীশ্ৰীমা মনসা পূজা’ ত উপস্থিত হৈ মাৰ চৰণত ভক্তিভৰা প্ৰণিপাত জনাওঁ ৷

ঐতিহাসিক এই পূজা ভাগিৰ আধ্যাত্মিক পৰিৱেশৰ মাজত ভক্তপ্ৰাণ ৰাইজৰ সৈতে কিছুসময় অতিবাহিত কৰি পৰম শান্তি লভিলো ৷ মা মনসাই সকলোৰে মনোকামনা পূৰণ কৰক, সকলোৰে কুশল তথা মঙ্গল কৰক তাকে কামনা কৰি সেৱা জনাইছোঁ ৷






