আজি মোৰ নিজা সমষ্টি পাটাছাৰকুছিৰ শিৱ-দুৰ্গা ধাম প্ৰাঙ্গণত ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি-XXVI ৰ অধীনত অনুমোদিত প্ৰজ্ঞাকেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱনটোৰ আধাৰশিলা স্থাপন কৰোঁ।

আজি মোৰ নিজা সমষ্টি পাটাছাৰকুছিৰ শিৱ-দুৰ্গা ধাম প্ৰাঙ্গণত ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি-XXVI ৰ অধীনত অনুমোদিত প্ৰজ্ঞাকেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱনটোৰ আধাৰশিলা স্থাপন কৰোঁ।

বিভিন্ন যাৱতীয় সা-সুবিধাৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰজ্ঞাকেন্দ্ৰ তথা প্ৰশিক্ষণ ভৱনটিয়ে অনাগত দিনত পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত প্ৰতিগৰাকী কৃষক বন্ধুক উপকৃত কৰিব। লগতে, উক্ত কেন্দ্ৰ তথা ভৱনটিয়ে বজালী জিলাৰ কৃষি বিভাগৰ সকলো শাখাৰ মাজত সমন্বয় স্থাপন কৰি মসৃণ কাৰ্যকলাপ ৰূপায়ণ কৰিবলৈ সক্ষম হ’ব বুলি মোৰ দৃঢ়বিশ্বাস।

আজিৰ এই কাৰ্যসূচীত বজালী জিলাৰ উপায়ুক্ত শ্ৰী ভাৰত ভূষণ দেৱ চৌধুৰী সহিতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

Laid foundation stone of a knowledge & training centre sanctioned under the Rural Infrastructure Development Fund -XXVI of Agriculture dept. at Shiv-Durga Dham premises under Patacharkuchi LAC.

DC, Bajali Shri Bharat Bhusan Dev Choudhury accompanied me to the event.