আজি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিষ্ঠা লাভ কৰা ঐতিহাসিক দিনটোতেই পাটাছাৰকুছি পৌৰসভা খন নতুনকৈ গঠন কৰা হয় ৷

আজি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিষ্ঠা লাভ কৰা ঐতিহাসিক দিনটোতেই পাটাছাৰকুছি পৌৰসভা খন নতুনকৈ গঠন কৰা হয় ৷

ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ী প্ৰাৰ্থী শ্ৰী জয়ন্ত তহবিলদাৰক পৌৰপতি হিচাবে আৰু মিত্ৰদল অসম গণ পৰিষদ দলৰ বিজয়ী প্ৰাৰ্থী ৰাণা ৰহমানক উপ-পৌৰপতি হিচাবে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হয় ৷

নৱ-নিযুক্ত পৌৰপতি আৰু উপ-পৌৰপতি সহিতে গঠন হোৱা নতুন সমিতিখনৰ সদস্যসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ৷ লগতে, সকলোৱে নিষ্ঠা আৰু দায়বদ্ধতাৰে পৌৰসভাখন আৰু পৌৰ এলেকাৰ সৰ্বাংগীণ বিকাশৰ বাবে নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছোঁ ৷

Glances of the formation of Patacharkuchi municipality board. Shri Jayanta Tahbilder was elected as Chairman & Shri Rana Rahman of AGP as vice-chairman. Wishing them the best for a successful tenure ahead.