আজি বৰপেটাৰোড মণ্ডল কাৰ্যালয়ত আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ “প্ৰতিষ্ঠা দিৱস উদযাপন” অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ ৷
লগতে, দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত জে.পি. নাড্ডা ডাঙৰীয়াই দলৰ সন্মানীয় কাৰ্যকৰ্তা সকলক উদ্দেশ্যি কৰা সম্বোধনত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰোঁ ৷






