আজি গুৱাহাটীৰ এয়াৰফ’ৰ্চৰ বিমানবন্দৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এটি ফুলৰ থোপাৰে আদৰ সম্ভাষণ জনাওঁ

আজি গুৱাহাটীৰ এয়াৰফ’ৰ্চৰ বিমানবন্দৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং ডাঙৰীয়াক এখনি ফুলাম গামোচা আৰু এটি ফুলৰ থোপাৰে আদৰ সম্ভাষণ জনাওঁ।

Glad to welcomeHon’ble Defence Minister of India, Shri Rajnath Singh dangoria, with a Gamusa and a bouquet at Airforce Station who came to participate in the program organized by our govt. in memory of 1971 Bangladesh Liberation War veterans.