আজি বৰপেটা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়টো পৰিদৰ্শন কৰোঁ ৷

এই পৰিদৰ্শন কালত সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তাৰ লগতে আন বিষয়াসকলৰ সৈতে মত বিনিময় কৰোঁ ৷