গাঁও পঞ্চায়ত অঞ্চলত ব্যৱসায় কৰিবলৈ এতিয়া প্ৰয়োজন নহয় ‘বাণিজ্যিক প্ৰমাণ পত্ৰ’ ৰ
(অৱশ্যে, দেশী-বিদেশী সুৰাৰ বিপণী, শিক্ষানুষ্ঠান, চিকিৎসা প্ৰতিষ্ঠান, ইটা ভাটা, ম’বাইল টাৱাৰ, পেট্ৰ’ল পাম্প, গুদাম আৰু অন্যান্য প্ৰদূষণযুক্ত উদ্যোগ খুলিলে বাণিজ্যিক প্ৰমাণ পত্ৰ ল’ব লাগিব)
কেবিনেটৰ সিদ্ধান্তক ৰাজ্য চৰকাৰৰ অনুমোদন প্ৰদান
Worthwhile stride towards rural upliftment.
In a remarkable initiative toward rural development, the Hon’ble Governor of Assam has approved the withdrawal of Trade License in GP areas opening new avenues of commerce & employment in rural areas.





