আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত এখনি ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰোঁ ৷

আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত এখনি ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰোঁ ৷

আজিৰ এই ভিডিঅ’ কনফাৰেন্সত মাননীয় কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰীযুত গিৰিৰাজ সিং ডাঙৰীয়াই ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ অন্তৰ্গত স্বাধীনতা সংগ্ৰামৰ বিস্মৃত সেনানীৰ সৈতে জড়িত ৭৫ খন জিলাত ৯০ দিনীয়া অভিযান ‘আজাদীৰ পৰা অন্ত্যোদয়ালৈ’ ৰ শুভাৰম্ভ কৰে ৷