আজি বৰপেটাৰোডস্থিত গণেশ লাল চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা পৰিচালনা সমিতিৰ এখনি পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ ৷

আজি বৰপেটাৰোডস্থিত গণেশ লাল চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা পৰিচালনা সমিতিৰ এখনি পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ ৷

এই বৈঠকত মহাবিদ্যালয় খনত নিৰ্মাণ হৈ থকা ‘বিজ্ঞান ভৱন’ টিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লওঁ আৰু অন্যান্য আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভতো বিশদ ভাৱে আলোচনা কৰোঁ ৷

Addressed a review meeting of the governing body of Ganesh Lal Chaudhary College in Barpetaroad today.

Took stock of the progress of the work of the ‘Vigyan Bhawan’ being constructed & scrutinized the betterment of the infrastructure in the college.