আজি পাটাছাৰকুছি সমষ্টিৰ বাঘমাৰাস্থিত নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ ৷

উক্ত বৈঠকত মহাবিদ্যালয়খনিত চলি থকা বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত হ’বলগীয়া কাম-কাজৰ পৰ্যালোচনা কৰোঁ